About Us
" বোকাখাত মাৰ্ট " লৈ স্বাগতম
বোকাখাতৰ প্ৰথমটো অনলাইন মাৰ্ট য'ত আপুনি লাভ কৰিব আপোনাৰ ঘৰৰ বাবে নিত্যপ্ৰয়োজনীয় সকলো সামগ্রী একেলগে ।
বোকাখাত মাৰ্টত লাভ কৰিবলগীয়া সামগ্রী সমূহ হ'ল এনেধৰণৰ :-
১) গ্ৰোচাৰী/ গেলামাল ( Grocery)
২) শাক- পাচলি ( Vegetables)
৩) মাংস, মাছ, কণী আৰু পনিৰ (Meats, Fish, Egg & Paneer )
৪) ফল- মূল ( Fruits)
৫) ঘৰুৱা সামগ্রী ( Home Care )
৬) নিজৰ প্ৰয়োজনীয় সামগ্রী ( Personal Care)
৭) লৰা- ছোৱালীৰ প্ৰয়োজনীয় সামগ্রী ( Baby Care)
৮) বিস্কুট, শীতল পানীয় ইত্যাদি ( Biscuits, Cool drink etc)
=> এই সামগ্রী সমুহ আপুনি/ আপোনালোকে ঘৰতে থাকি লাভ কৰিব পাৰিব অতি সহজতে মাত্ৰ আপোনাৰ হাতত থকা মবাইলত https://store.shoopy.in/bokakhatmart লিংকত ক্লিক কৰক আৰু আমাৰ ৱেবচাইটত গৈ আপোনাৰ প্ৰয়োজনীয় সামগ্রী বাচি লওঁক আৰু অৰ্ডাৰ কৰক একেদিনাই কম সময়ৰ ভিতৰতে ঘৰতে ডেলিভাৰি লাভ কৰিব । সামগ্রী মূল্য আমাৰ বস্তু দিবলৈ যাওঁতে নগদ বা অন্য অনলাইন পেমেন্ট ৰ জৰিয়তে ও দিব পাৰিব ।
=> ১৯৯৯ টকাতকৈ অধিক মূল্যৰ বজাৰ কৰিলে ক্ৰেতাসকলে বিনামূলীয়া ডেলিভাৰী লাভ কৰিব ।
=> ১ টকাৰ পৰা ১৯৯৯ টকাৰ বস্তু ক্ৰয় কৰিলে আপোনালোকে ভৰিব লাগিব ৪০ টকাৰ অতিৰিক্ত ডেলিভাৰী মূল্য ।
=> আমি আপোনালোকক উৎকৃষ্ট মানদণ্ড ৰ কম মূল্যত আৰু ঘৰতে লাভ কৰিবলৈ সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
=> বোকাখাত মাৰ্ট আগুৱাই যাবলৈ আপোনালোকৰ আশীৰ্বাদ, দিহা-পৰামৰ্শ, সহায় - সহযোগিতা আমাৰ বাবে সদায় প্ৰয়োজনীয় ।
ধন্যবাদ । ।
অধিক জানিবলৈ যোগাযোগ কৰিব তলত দিয়া নম্বৰত
9085897443/ 6001409053
Bokakhatmart is one an only online web portal in bokakhat which has listing of products from various local stores and vendors. You can shop online from almost all products and get them delivered right to your door-step.
More information please contact : 9085897443, 6001409053
Timings
9 AM - 7 PM
Delivering In
5 kms
Free Shipping
₹ 1,999 & Above
Connect with us
Location
Diffloo road
Bokakhat, Assam - 785612, India
Check Location on Google Map